Browsing Category
ৰাজনীতি
শনিবাৰে তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি মিত্ৰজোঁটৰ বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ আগষ্ট : আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনক উদ্দেশ্য কৰি শাসক, বিৰোধী উভয়েই ব্যস্ত হৈ পৰিছে ৰণকৌশল নিৰ্ধাৰণত ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত শাসকীয় জোঁটবন্ধন ’এন ডি এ’ৰ বিপৰীতে বিৰোধী জোঁট ’ইণ্ডিয়া’ই ধনুত টংকাৰ দিয়াৰ…
তিনিচুকীয়াত ভূপেন বৰা : পৰিৱৰ্তনৰ ফল তিতা নে মিঠা তাৰ বুজ লবলৈহে আহিছে কংগ্ৰেছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ আগষ্ট : কংগ্ৰেছে এইবাৰ ভোট বিচাৰি ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচী গ্ৰহণ কৰা নাই ৷ ভোট কংগ্ৰেছে বিচাৰিব ৷ কিন্তু এইবাৰ কংগ্ৰেছ আহিছে ৰাইজে যি পৰিৱৰ্তন কৰিছিলে তাৰ কিবা সুফল পাইছে নে কুফল পাইছে…
তেজপুৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অগপ,আপ,জাতীয় পৰিষদ,বিজেপিকে ধৰি দুই শতাধিকৰ যোগদান কংগ্ৰেছত
ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩আগষ্টঃ “ যিজন মানুহৰ বয়স মাত্ৰ ৫০অতিক্ৰম কৰিছে সেইজনক নগাঁৱলৈ আহিবলৈও হেলিকপ্টাৰ লাগে৷ হেলিকপ্তাৰত ব্যয় কৰে ২০কোটি টকা৷ পথৰ দাঁতিত নিজৰ ফটো লগাই প্ৰচাৰ কৰিবলৈ ব্যয় কৰে এশ ২০কোটি টকা৷ এই ধনৰে ৰাজ্যৰ বহু বিদ্যালয়…
গুলীবিদ্ধ ৰাজু আহমেদ আলফা নহয়- আলফা স্বাধীন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ যোৱা ১৫ আগষ্ট ২০২৩ ৰ নিশা শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গুলীবিদ্ধ কৰা ৰাজু আহমেদ নামৰ যুৱকগৰাকী “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ সদস্য অথবা সংগঠনৰ যোগাযোগকাৰী নহয়৷ উক্ত যুৱকগৰাকীৰ সৈতে সংগঠনৰ কোনোধৰণৰ যোগসূত্ৰ…
তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাযৰ্সূচীৰে ৭৭সংখ্যাক স্বাধীনতা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬আগষ্টঃ সমগ্ৰ ৰাষ্ট্ৰৰ লগতে তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত শোণিতপুৰ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ…
লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ
উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ…
স্বাধীনতা সংগ্রামী, অসম বিধান সভাৰ অধ্যক্ষ মহীকান্ত দাস ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যু বার্ষিকী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ আগষ্ট : ১৯০৩ৰ ১৭ অক্টোবৰত অবিভক্ত দৰং জিলাৰ তেজপুৰ মহকুমাৰ হলেশ্বৰত জন্ম গ্ৰহণ কৰিছিল প্রয়াত মহীকান্ত দাসে। পৰৱৰ্তী সময়ত দেশৰ স্বাধীনতা আন্দোলনত সক্রীয়ভাবে অংশগ্ৰহণ কৰি ১৯৪২ৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ…
তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ আগষ্ট : মিছা বিভীষিকাৰ পৰিৱৰ্তে প্ৰকৃত বিভীষিকা মোডী বিভীষিকা আৰু মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনাই আজি চিপিআইৰ (এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজ মজিয়াৰ…
তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতিত প্ৰস্তুতি সভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে আজি তিনিচুকীয়াত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এখনি প্ৰস্তুতি সভা…
প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ আগষ্ট :সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী, অসম গণ পৰিষদ দলৰ জন্ম লগ্নৰে জ্যেষ্ঠ নেতা, পাঁচটাকৈ কাৰ্যকালৰ তেজপুৰ সমষ্টিৰ বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ এক জটিল…