Browsing Category

ৰাজনীতি

তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতিত প্ৰস্তুতি সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে আজি তিনিচুকীয়াত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এখনি প্ৰস্তুতি সভা…

প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ আগষ্ট :সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী, অসম গণ পৰিষদ দলৰ জন্ম লগ্নৰে জ্যেষ্ঠ নেতা, পাঁচটাকৈ কাৰ্যকালৰ তেজপুৰ সমষ্টিৰ বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ এক জটিল…

শয়নে-সপোনে আজিও কেৱল নেহৰুকে দেখা পায় মোদীয়ে–ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,  গুৱাহাটী, ১১ আগষ্টঃ শয়নে-সপোনে কেৱল নেহৰুকে দেখি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত মূল বিষয় মণিপুৰৰ পৰা ফালৰি কাটি অসমৰ প্ৰসংগহে উত্থাপন কৰে। তাকে কৰিবলৈ গৈ দেশৰ প্ৰথমগৰাকী…

লখিমপুৰত অসম জাতীয় পৰিষদৰ সভাত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হুংকাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ লখিমপুৰ নগৰৰ মাজমজিয়াত অসম জাতীয় পৰিষদৰ এখন সভা আজি অনুষ্ঠিত হয়৷ এই সভাত বৰ্তমান চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে পৰিষদে তীব্ৰ হুংকাৰ দিয়ে৷ উত্তৰ লখিমপুৰ নগৰৰ…

পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী খাবলৈ মাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ…

অৰ্ধ উলংগ প্ৰতিবাদ ( ফটো সংবাদ)

সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু ) শিৱসাগৰ জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত টাই আহোমক শীঘ্ৰে জনজাতি কৰণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ কৰি শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ দৃশ্য।

ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক চালেই গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তা কিমান ! এহেজাৰ লাইক পাবলৈ এতিয়া হাহাঁকাৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ ফেচবুকত জনপ্ৰিয়তাৰ গ্ৰাফ…

অসম মণিপুৰৰ দৰে হ’বলৈ কেতপৰঃ তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩আগষ্টঃ দৰং জিলাৰ মহর্ষি বিদ্যা মন্দিৰত বজৰং দলে যোগ প্ৰশিক্ষণৰ নামত মুকলিকৈ অস্ত্র প্রশিক্ষণ দিয়া কাৰ্য আইন বিৰোধীয়েই নহয়, এনে কাৰ্য ভৱিষ্যতে এক সংঘৰ্ষ হোৱাৰ ইংগিত বহন কৰিছে।তেজপুৰত আজি এক সংবাদমেলত এইদৰে…

বীৰ লাচিত সেনা-লাচিত সেনাৰ তীব্ৰ সংঘাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ আগষ্টঃ ৰাজ্যৰ অন্যতম দুই জাতীয় সংগঠন বীৰ লাচিত সেনা অসম আৰু লাচিত সেনাৰ মাজত চলি থকা যুঁজখনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা এখন…

তিনিচুকীয়াৰ আৰক্ষীৰ তথ্যক নস্যাৎ আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ আলফা সন্দৰ্ভত অসম আৰক্ষীয়ে কুটিল ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম ৰ, প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে। এক বিবৃতিত তেঁও কয়- ডিমৌৰ ঔতলা গাঁৱৰ নিৰ্বাসী পবিত্ৰ কলিতাদেৱৰ পৰিয়ালৰ লগতে…