Browsing Category
ৰাজনীতি
‘লাচিত সেনা’ৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা কোনো প্ৰকাৰে দায়বদ্ধ নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ আগষ্টঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি দুপৰীয়া বীৰ লাচিত সেনা অসমৰ হৈ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে৷ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্ত, মুখ্য সচিব ৰূপাংকৰ বৰা,…
আলফাত চলিছে নিযুক্তিৰ মেলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে আলফাই (স্বাঃ) ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ নামত চাহ বাগিচাকে ধৰি উজনিৰ একাংশ ব্যক্তিলৈ ধনদাবী পত্ৰ প্ৰেৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পোহৰলৈ…
মণিপুৰৰ ঘটনাকলৈ তেজপুৰত আপৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ মণিপুৰত মহিলাৰ ওপৰত চলা পাশবিক অত্যাচাৰৰ প্ৰতিবাদত আজি তেজপুৰত আপে পোহৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে ।দলটোৰ তেজপুৰ জিলা সমিতিয়ে আজি নিশা তেজপুৰ চহৰৰ মাজ মজিয়াৰে মোবাইল ফোনৰ লাইট জ্বলাই প্ৰতিবাদ…
তেজপুৰৰ সাংসদক সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণী বুলি ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ “সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা…
কেন্দ্ৰক কঠোৰ সকীয়নি বিশিষ্ট ৰে’ল শ্ৰমিক নেতা আশিস বিশ্বাসৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : 'ৰে'ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আদায়ৰ ঐতিহাসিক আন্দোলনৰ জৰিয়তে অল ইণ্ডিয়া ৰেলৱেমেনছ্ ফেডাৰেচনে যুগান্তকাৰী ইতিহাস সৃষ্টি কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নতুন পেঞ্চন…
কাঠচিতীয়া বিজেপিক উৎখাতৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : যোৱা ৪ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসমৰ পাঁচটা বাওঁপন্থী ৰাজনৈতিক দলৰ যৌথ ৰাজ্যিক অভিৱৰ্তনত গৃহীত প্ৰস্তাৱমৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া চহৰৰ মাজ মজিয়াৰ থানা…
এবিভিপিয়ে কৰিলে লীলা…
সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজকে নাজানে চৰকাৰী নিৰ্দেশনাৰ কথাঃ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে, চৰকাৰৰ অগণতান্ত্ৰিক ব্যৱস্থাক অমান্য কৰি কৰা কামক আমি আদৰণি জনাবই লাগিবঃ আছুৰ কটাক্ষ
শতাব্দ…
মৰাণ সমষ্টিৰ নাম বাহাল ৰাখক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জুলাই : অসম নামৰ এই ভূখণ্ডৰ আদিমতম মানৱ প্ৰজাতিৰ অন্যতম মৰাণসকলৰ ইতিহাস বিজড়িত মৰাণ নামৰ ঠাইখনৰ নাম চিৰদিন বাহাল থকাটো কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৷ আজি এক বিবৃতিৰ জৰিয়তে সদৌ…
লখিমপুৰত চাহ জনগোষ্ঠীক জনজাতিৰ মযাৰ্দা প্ৰদানৰ দাবীত ধৰ্ণা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বছৰ বছৰ ধৰি ভূমি পুত্ৰ হিচাপে বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত আজি আটছাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ…
