Browsing Category

ৰাজনীতি

চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২জুনঃ ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ…

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক চি পি আই (এম)ৰ বিৰোধিতা

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জুনঃ অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল আৰু জাতীয় সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাত…

“সমষ্টি নিৰ্ধাৰণত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ জড়িত”–মাণিক সৰকাৰ

মণিপুৰ চৰকাৰক ভংগ কৰিব লাগেঃ বিৰোধী ঐক্যকলৈ আশাবাদীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২১জুনঃ “ৰাজ্যত এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল যে,বৰ্তমান ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ কৰিব লগীয়া হ’ল? অসমততো কাশ্মীৰৰ দৰে…

চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ বিধায়ক গণেশ লিম্বুৰঃ ব্যপক প্ৰতিক্রিয়া

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১৯জুনঃ চৰকাৰী ভূমিত বসবাস কৰা সকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে৷ কাৰণ…

এন এইচ পি চিৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাত আশ্ৰয় নললে এতিয়া বিজেপিৰ নেতাৰ দেহা শাত নপৰে- ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১৯ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও বানৰ জটিলতা এতিয়াও কমা নাই৷ ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত শিঙৰা নদীৰ বানে বিচ্ছিন্ন কৰা মথাউৰিৰ অংশৰে সোমোৱা পানীৰে অঞ্চলটোৰ ১৬ খন গাঁৱৰ…

লখিমপুৰ জিলাৰ একাধিক কাৰ্যসূচীত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লক্ষীমপুৰ, ১৯ জুনঃ ৰাজ্য চৰকাৰৰ  কৃষি মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি লক্ষীমপুৰত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি তেখেতে জিলা আবৰ্ত ভৱনত পুৱা ৯ বজাত অসম…

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্যহতে বাদঃ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুনঃ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্য়হতে বাদ পৰিছে। তাৰ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত আজিৰ…

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিপিএমৰ বিক্ষোভ

শতাব্দ তালাপৰ প্ৰতিবেদক ৭জুনঃ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অত্যাবশ্যকীয় সামগ্ৰী, পেট্ৰল-ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা কৰক চাৰি দৈনিক মূল্যবৃদ্ধি হব ধৰিছে ৷ ৰাজ্যখনত দেখা দিয়া ভয়াৱহ…

ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ

 এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷…

তেজপুৰত ভূপেন বৰাঃ তেজপুৰত আলোচনাত বহিব অখিল আৰু লুৰীণজ্যোতিৰ সৈতে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জুনঃ “ৰাজ্যৰ বিজেপি চৰকাৰ পকেটমাৰ চৰকাৰ।আগন্তুক লোক সভা নিৰ্বাচনত মূল্যবৃদ্ধি ইছ্যু হোৱাৰ সমান্তৰাল ভাৱে কংগ্রেছে টাৰ্গেট কৰিব এ আই ইউ ডি এফক।অসম জাতীয় পৰিষদ,ৰাইজৰ দল তথা বিৰোধী ঐক্যক লোকসভাৰ আসন এৰি দিয়া…