Browsing Category

ৰাজনীতি

অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৪ মে: অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে আজি লখিমপুৰ জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত যোৱা ২০২০-২১ বিত্তীয় বৰ্ষৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা…

তেজপুৰত পদবজ্ৰে তিব্বত মুক্তি আন্দোলনকাৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ঃ সম্প্ৰতি প্ৰতিবেশী ৰাষ্ট্ৰ আগ্ৰাসী চীনৰ গ্ৰাসত পৰিছে তিব্বত৷ চীনে সমগ্ৰ তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অধিকাৰ খৰ্ব কৰিছে৷পৰিণতিত তিব্বতীয় সকলৰ মুক্তিৰ বাবে চিকিমৰ পৰা এক পদযাত্ৰা আৰম্ভ…

২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে সম্পূৰ্ণ হ’ব তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য

ছেপ্তেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা' প্ৰদান শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : আগন্তুক ছেপ্তেম্বৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ আজি…

মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ বৰগুৰিস্থিত স্থায়ী কাৰ্যালয় ’অটল বিহাৰী বাজপেয়ী ভৱন’ আজি পুৱা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে একাধিক মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত উদ্বোধন কৰে…

তেজপুৰত এন এছ ইউ আইৰ ” সংবিধানৰ চিপাহী” কাৰ্যসূচী মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৮ মে': "সংবিধানৰ চিপাহী" শীৰ্ষক এক কাৰ্যসূচী সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ তেজপুৰৰ পৰা আজি কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই য়ে মুকলি কৰে। এক সংবাদ মেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুষেছ শৰ্মাই এই কাৰ্যসূচী…

লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ  ২৫ এপ্ৰিল ; লখিমপুৰ  জিলা যুৱ কংগ্ৰেছৰ হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি  প্ৰয়াত বিধায়ক লেখন লাহনৰ নাতি মৌচম লাহনে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি পদত বিপুল ভোটত নিৰ্বাচিত…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত এছ ইউ চি আইৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পৌৰ কৰ বৃদ্ধি, টোলকৰ আৰু বিদ্যুতৰ নিৰ্দ্ধাৰিত মাছুল বৃদ্ধিৰ বিৰুদ্ধে এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত আৰু দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত…

ঘৰৰ অভিভাৱকজন শিক্ষিত হ’ব লাগে-কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২এপ্ৰিলঃ “ঘৰ এখনৰ অভিভাৱকজন শিক্ষিত হ’লেহে ঘৰখন ভালদৰে পৰিচালনা হয়৷ এজন চাহবেচা লোক দেশৰ অভিভাৱক হ’লে কি হ’ব ভাৱক৷” তেজপুৰত আজি এই মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিতা মমিনে৷ আজি দিনৰ ১১বজাত…

তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ বৃটিছেও এতিয়াৰ দৰে কৰ জপা নাছিল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চ : ব্ৰিটিছেও সৰ্বসাধাৰণৰ ওপৰত ইমান কৰ লগোৱা নাছিল যিমান কৰ এতিয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশ তথা ৰাজ্যৰ ৰাইজৰ ওপৰত জাপি দিছে।এই কৰৰ বোজা নতুনকৈ…

আদানিৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকা কাৰ – কংগ্ৰেছৰ প্ৰশ্ন

জেলৰ ভয়, সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰে ৰাহুল গান্ধীৰ  কণ্ঠ #  ভূপেন বৰাৰ নেতৃত্বত অসমত হব কংগ্ৰেছৰ চৰকাৰ