জামুগুৰিহাটৰ বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰৰ চুটি ছবি “ডাষ্টবিন”ৰ শুভ উন্মোচন
জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন, ১০ এপ্ৰিল :
শোণিতপুৰ জিলাৰ বালিপৰাত মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব্যক্তিয়ে ট্ৰেফিক আৰক্ষীৰ ভূমিকা পালন কৰা দেখা গৈছিল। যেন বহু ব্যস্ত এজন যান-বাহন আৰক্ষী। সুহুৰি বজাই গাড়ী অহা-যোৱাৰ সংকেত দি…