এশ গৰু মাৰিলে বাঘৰো মৰণ : ভাড়াঘৰ এৰি ৰঙাঘৰলৈ চতিয়াৰ প্ৰাঞ্জল
শতাব্দ প্ৰতিনিধি, ধেমাজি ৩০ আগষ্ট : “এশ গৰু মাৰিলে বাঘৰো মৰণ” আপ্তবাক্যশাৰীৰ সঁচা প্ৰমাণিত কৰি অৱশেষত ভাড়াঘৰ এৰি ৰঙাঘৰলৈ যাবলগীয়া হ’ল চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ আৰু তেওঁৰ দুই সহযোগী ৷ এখন দুখন নহয় নখনকৈ বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা বিশ্বনাথ…