Browsing

Video

বিৰল চেঙেলী গোম উদ্ধাৰ(ভি ডি অ’ আছে)

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে': লখিমপুৰ জিলাৰ ঘিলামৰা তিনি আলিত আজি এটা বিৰল প্ৰজাতিৰ চেঙেলী গোম (Indu-Chinese Rat Snake সাপ উদ্ধাৰ হয়। উদ্ধাৰকাৰী তথা প্ৰকৃতিপ্ৰেমী যুৱক ত্ৰিবেণী ৰঞ্জন গগৈয়ে জনোৱা মতে সাপটো এখন ফলমূলৰ দোকানত আছিল। সৰ্প…