Browsing

Video

বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ বৃক্ষৰোপণ অব্যাহত

গুৱাহাটী, ১১ মেঃ  পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ দ্বাৰা গ্ৰহণ কৰা বৃক্ষৰোপণ অভিযানৰ আজি চতুৰ্থ দিনটোত নাৰেংগী বন বীটৰ অধীনত নাৰেংগী চৰকাৰী উচ্চ বিদ্যালয়ৰ চৌহদত স্থানীয় প্ৰজাতিৰ ৫০টা পুলি ৰোপণ কৰা হয়। বিদ্যালয়ৰ প্ৰধান…

কৃষ্ণ গহ্বৰৰ পৰা ওলাইছে ভয়ানক শব্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : ব্লেক হল বা কৃষ্ণ গহ্বৰ সম্পর্কে আমি বহু কথাই শুনিছোঁ। এইবাৰ সেই ব্লেক হলৰ পৰা বাহিৰ হৈ অহা অদ্ভূত আৰু ভয় খুৱাব পৰাৰ দৰে শব্দ শুনালে নাছাৰ বিজ্ঞানীসকলে। ব্লেক হলৰ পৰা চিটিকি অহা চাপৰ তৰঙ্গক শব্দ তৰঙ্গলৈ…

১৩ বছৰ পিছত জেমছ কেমেৰুণৰ নতুন ‘অৱতাৰ’ আহি আছে ‘অৱতাৰ : দ্য ৱে অব লাইফ’

দাদুল দেৱকৃষ্ণ বৰুৱা ১৩ বছৰীয়া অপেক্ষা, কৌতূহল, আকর্ষণ হ্ৰাস পালে কমকৈ হ'লেও। মুক্তি পাইছে জেমছ কেমেৰুণ পৰিচালিত পৃথিৱী কঁপোৱা কথাছবি অৱতাৰৰ নতুন পর্ব— 'অৱতাৰ : দ্য ৱে অব ৱাটাৰ'ৰ টিজাৰ। প্রথমখন অৱতাৰ (২০০৯) মুক্তিৰ ১৩ বছৰ পিছত পোৱা গ'ল…

‘মাটিৰ মাত’এ জিনিলে ছটাকৈ পুৰস্কাৰ

মুক্তাৰ আলী মাটিৰ মাত' (The Sound of Soil) বিশিষ্ট লেখক দাদুল দেৱকৃষ্ণ বৰুৱাৰ এটি কবিতাৰ আলমত নিৰ্মাণ হোৱা এখন চুটি ছবি। ৰঞ্জন বৰাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এইবাৰ কঢ়িয়াই আনিলে ছটাকৈ পুৰস্কাৰ। South Indian Film…