অগ্নিপথঃ উত্তাল দেশত এটা এটাকৈ নিয়ম শিথিল

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুনঃ

অগ্নিপথ আঁচনিক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এটা এটাকৈ নিয়ম শিথিল কৰি আছে। অগ্নিপথ আঁচনিত সেনাবাহিনীৰ বাবে ১০ শতাংশ সংৰক্ষণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কেন্দ্ৰীয় বাহিনী আৰু অসম ৰাইফলছত ১০ শতাংশ সংৰক্ষণৰ কথা আজি ঘোষণা কৰিছে। নিযুক্তিত বয়সৰ উচ্চ সীমা ২১ৰ পৰা ২৩ বছৰলৈ  বৃদ্ধি কৰা বুলি কালি ঘোষণা কৰাৰ পিছত আজি নতুন ঘোষণা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.