আপ-এ খোপনি পুতিল গুৱাহাটীত

0 26

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৬০ খন আসনৰ ভিতৰত ৩৮ খনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ঘোষিত ফলাফলত আপ-এ এখন আসন লাভ কৰাৰ লগতে ২৪ খন আসনত দ্বিতীয় স্থানত থাকে। নিৰ্বাচনটোত আপ এ সামগ্ৰিকভাবে ১৫ শতাংশ ভোট লাভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.