ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসক গুলীয়াই হত্যা

0 30

ভূৱনেশ্বৰ,২৯ জানুৱাৰীঃ ওড়িশাৰ ঝাৰছুগুডা জিলাত এক অনুষ্ঠানলৈ যোৱাৰ সময়ত এজন আৰক্ষীৰ গুলীত ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।ঝাৰছুগুদা জিলাত আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকে গুলীয়াই হত্যা কৰে নব কিশোৰ দাসক। দাসৰ বুকুত গুলীৰ আঘাত পোৱাত ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দেওবাৰে ভুৱনেশ্বৰৰ এপ’ল’ হাস্পতালত তেঁও শেষ নিশ্বাস ত্যাগ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.