তৃতীয় বৰ্ষত ‘শতাব্দ’

0 0

২০২২ চনৰ পহিলা জানুৱাৰীত আৰম্ভ হোৱা ‘শতাব্দ ডি জি মিডিয়া’ই আজি তৃতীয় বৰ্ষত ভৰি দিলে। ‘শতাব্দ’ৰ গ্ৰাহক, পঢ়ুৱৈ, বিজ্ঞাপনদাতালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ২০২৪ বৰ্ষটো হওঁক সকলোৰে বাবে মঙ্গলময়। ‘শতাব্দ’ৰ অবিৰত যাত্ৰাত আপোনালোকৰ সহায়-সহযোগ আমাৰ বাবে পাথেয় হৈ ৰব।

পৰিচালন সঞ্চালক

‘শতাব্দ’  

মন্তব্য দিয়ক

Your email address will not be published.