তেজপুৰৰ দুই শিশু দবা খেলুৱৈৰ কৃতিত্ব 

0 9
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১ জুলাইঃ যোৱা ২৯ জুনত অনুষ্ঠিত হোৱা সদৌ অসম জিলা ভিত্তিক দবা প্ৰতিযোগিতাত তেজপুৰৰ তানিক্সা বৰঠাকুৰে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি ১৯ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ লগতে একেই ২৯ জুনত হৈ যোৱা দবা প্ৰতিযোগিতাত সাতবছৰ অনুৰ্দ্ধ শাখাত  তেজপুৰৰ আয়ুস শৰ্মাই  শোণিতপুৰ জিলা তথা সদৌ অসমৰ ভিতৰত প্ৰথম হ’বলৈ সক্ষম হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈ তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.