নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

0 13

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে’ : কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগে আজি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা ১৫ মে’ তাৰিখে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰিব ৰাজীৱ কুমাৰে। বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই অৱসৰ গ্ৰহণ কৰাৰ পাছত ৰাজীৱ কুমাৰক এই পদত অধিষ্ঠিত কৰা হৈছে। ১৯৮৪ চনৰ বিহাৰ আৰু ঝাৰখণ্ডৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজীৱ কুমাৰে ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰাই নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

মন্তব্য দিয়ক

Your email address will not be published.