নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছত খ্যাতনামা অৰ্থনীতিবিদ সুমন বেৰী

0 25

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰূপৰেখা প্ৰস্তুতকৰ্তা শীৰ্ষ সংস্থা নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছত খ্যাতনামা অৰ্থনীতিবিদ সুমন বেৰীক এই পদত স্থলাভিষিক্ত কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.