প্ৰকৃতিবিদ দেৱজিৎ ফুকনক “পৰিৱেশ মিত্ৰ” সন্মান প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ, যোৰহাটত (ফটো সংবাদ)

0 82

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক আজি ৰাজ্য চৰকাৰৰ “পৰিৱেশ মিত্ৰ” সন্মান প্ৰদান কৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই, যোৰহাটত

মন্তব্য দিয়ক

Your email address will not be published.