প্ৰধানমন্ত্ৰীৰ আগমনঃ দুখন জিলাত চৰকাৰী বন্ধ ঘোষণা

0 22

অহা ২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা দুখনৰ অন্তৰ্গত এলেকাসমূহত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা হৈছে। সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান সমূহ সেইদিনা বন্ধ থাকিব বুলি চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ।

মন্তব্য দিয়ক

Your email address will not be published.