মোক খা মোক খা বতৰৰ ফল ( ফটো সংবাদ)

0 161

বতৰৰ ফলে ভৰি পৰিছে অসমৰ বিভিন্ন ঠাই। ওপৰৰ ছবিত বঙাইগাঁৱৰ তুলুঙীয়া বজাৰত বাৰীৰ আনাৰস চাইকেলত লৈ এজন কৃযক। তলৰ ছবি কামৰূপ জিলাৰ বামুণী গাঁও বজাৰৰ।

আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

মন্তব্য দিয়ক

Your email address will not be published.