শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষক ড° সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা

0 34

শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষণা কৰা ড° সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা। সম্বৰ্ধনা গ্ৰহণ কৰি ড৹ কাশ্যপ কয়- অসমৰ যুগপুৰুষ শঙ্কৰদেৱৰ নেতৃত্ব আৰু সামাজিক উদ্ভাৱনসমূহৰ অধিক চৰ্চাৰ প্ৰয়োজন আছে।

মন্তব্য দিয়ক

Your email address will not be published.