৮১ বছৰীয়া বিৰল পতাকাখন আজিও সংৰক্ষিত

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ আগষ্টঃ এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ। স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ “ভাৰত ত্য়াগ” আন্দোলনত ব্য়ৱহৃত এখন পতাকা আজিও সযতনে সাঁচি থৈছে ঢকুৱাখনাৰ বাসুদেৱ থানৰ প্ৰসিদ্ধ মুক্তিযোদ্ধা শিৱচন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ তথা থানখনৰ বৰ পূজাৰী মোহন দেৱগোস্বামীৰ পৰিয়ালে। ১৯৪২ চনৰ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত ব্যৱহাৰ কৰা খদ্দৰৰ এই পতাকাখনৰ বয়স ৮০ বছৰ অতিক্ৰম কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.