বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসান
গোগামুখ, ৭ নবেম্বৰঃ মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ জন্ম হৈছিল ১৯৩৪ চনত ৷ তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত…
