কুকুৰৰ ক্লিনিকঃ লখিমপুৰত “দ্যা পেটচ হাউচ” মুকলি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ'ব। তদুপৰি অভিজ্ঞ…
