সৰ্প দংশনঃ শূন্য মৃত্যুৰ হেট্ৰিক বছৰ
ডাঃ সুৰজিত গিৰি
শিৱসাগৰ জিলাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ে ক্ৰমাগত তৃতীয় বছৰৰ বাবে সৰ্প দংশনত শূন্য মৃত্যুৰ হেট্ৰিক অৰ্জন কৰে। ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ সকলো চিকিৎসাকৰ্মীয়ে এক অসম্ভৱক সম্ভৱ কৰিলে। ভাৰতবৰ্ষৰ কোনো গ্ৰাম্য চিকিৎসালয়ৰপৰা এনে…
