তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ আগষ্ট : মিছা বিভীষিকাৰ পৰিৱৰ্তে প্ৰকৃত বিভীষিকা মোডী বিভীষিকা আৰু মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনাই আজি চিপিআইৰ (এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজ মজিয়াৰ…

তেজপুৰৰ জ্যোতি ভাৰতীত দৃষ্টিনন্দন দেশপ্ৰেমৰ অনুষ্ঠান 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ  উত্তৰপূব মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী তেজপুৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান…

তেজপুৰত চিলনী চোৰক কৰায়ত্ত 

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,১৪আগষ্টঃ  তেজপুৰৰ চহৰৰ নিকটৱৰ্ত্তী তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আজি পুৱা  এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি বাইকলৈ পলায়ন কৰিছিল ।কিন্তূ এই বাৰ চোৰৰ দিন বেয়া আছিল।মহিলা গৰাকীয়ে  হুৱাদুৱা লগোৱাত এখন গাড়ীৰে চোৰটোৰ…

বঙালমৰাত এনকাউণ্টাৰত ড্ৰাগছ বেপাৰী আহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ আগষ্ট ঃ নকল সোণ-জালনোটৰ ঘাটি হিচাপে পৰিচিত বঙালমৰাত দেওবাৰে মাজনিশা আৰক্ষীয়ে এটা ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰা ঘটনাই সমগ্ৰ বঙালমৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কালি নিশা গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটো…

শয়নে-সপোনে আজিও কেৱল নেহৰুকে দেখা পায় মোদীয়ে–ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,  গুৱাহাটী, ১১ আগষ্টঃ শয়নে-সপোনে কেৱল নেহৰুকে দেখি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত মূল বিষয় মণিপুৰৰ পৰা ফালৰি কাটি অসমৰ প্ৰসংগহে উত্থাপন কৰে। তাকে কৰিবলৈ গৈ দেশৰ প্ৰথমগৰাকী…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা সম্পন্ন

উত্তৰ লখিমপুৰ,  ১১ আগষ্টঃ আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ পঞ্চমটো বক্তৃতা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত বিশিষ্ট শিক্ষাবিদ তথা ৰাষ্ট্ৰীয় বিজ্ঞান লেখিকা বঁটা-২০১৯ বিজয়ী ড০ অমিয়া…

লখিমপুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বৌদ্ধিক শিবিৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ লখিমপুৰ নগৰৰ মাজমজিয়াত যোৱা ১৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা  এক বৌদ্ধিক শিবিৰত আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আৰক্ষীয়ে আটক…

অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময় 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই : নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত  গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত  প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ…

লখিমপুৰ নগৰৰ পথৰ কাষত থকা বিপজ্জনক গছ কাটিবলৈ বাধ্য হ’ল প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত…

ডালচেনি বুলি আমি খাইছো কি ? বৰবিহ ’কেচিয়া’ নে ’তাজ’ !

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ জুলাই : মানৱ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা মছলা হিচাপে সৰ্বজন ব্যৱহৃত ডালচেনিৰ নামত আচলতে আমি কি খাই আছো ? সাধাৰণ লোকৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি এচাম মুনাফালোভী ব্যৱসায়ীয়ে আমাক আভুৱা ভাৰি ডালচেনিৰ…