ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব চৰকাৰে
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ আৰু ঐশ্বৰীয় হাৰ্হি দেৱালয়ক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাবে আকষৰ্ণীয় কৰি অসম চৰকাৰে গঢ়ি তুলিব ।এই মন্তব্য অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।…
