লখিমপুৰত উচ্চতৰ মাধ্যমিকত ক’লা শাখাত ৮৫ শতাংশ, বিজ্ঞান শাখা- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত- ৮৮.৬৫…

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাত ক’লা শাখাত ৮৫.৬৬ শতাংশ, বিজ্ঞান শাখাত- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.৬৫ শতাংশ উত্তীৰ্ণ হয়৷ ঘোষিত ফলাফলত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০৭৪৬…

বাণিজ্যৰ সপ্তম স্থানত তিনিচুকীয়াৰ স্মৃতি : সপোন চি এ হোৱাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়াৰ  ৱিমেনজ্ কলেজে পূৰ্বৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৱিমেনজ্ কলেজৰ…

ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ

ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা…

দুবছৰে মোবাইল হাতেৰে স্পৰ্শ নকৰা সত্যজিৎ বিজ্ঞানৰ চতুৰ্থ স্থানত

যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। শতাব্দ…

ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ

 এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷…

অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰীত ৰক্তাক্ত পৰিস্থিতি

অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই নিহত কৰিলে দুজনক, আহত দুজন তিনিজনক অপহৰণ শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ৫ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত আজি সীমাক লৈ…

অৰুণাচলীৰ গুলীত অসমৰ দুজন লোক নিহত

অৰুণাচললৈ ঘূৰাই পঠালে শতাধিক বাহনঃ অৰুণাচলী মহিলা আহতঃ গোগামুখত অৰুণাচলী কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ লোকঃ অৰুণাচল আৰক্ষীলৈ চোচাঃ সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক, দোষীক কঠোৰ শাস্তি দিয়কঃ সদৌ অসম ছাত্ৰ সন্থাঃ লখিমপুৰত যুৱ-ছাত্ৰ…

উত্তৰ লখিমপুৰৰ ভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত  উত্তৰ লখিমপুৰ,৫ জুনঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় আৰু সংস্কাৰ ৰুৰেল ছচিঅ' ইকনমিক ডেভেলপমেণ্ট ছছাইটিৰ সহযোগত আজি…

বিহগুৰিত প্ৰথমবাৰ মহিলাৰ দ্বাৰা অনুষ্ঠিত হয় মঞ্চ ভাওনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫জুনঃ বিহগুৰিৰ মৈলা গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় মহিলাৰ মঞ্চ ভাওনা। গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনত গাওঁখনৰ মহিলাসকলে কৰা অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে। উল্লেখ্য যে, মৈলা গাঁৱৰ ৰাইজে যোৱা ৩…

লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট সেউজী ধৰণী

উত্তৰ লখিমপুৰ, ৫ জুনঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা…