বাণিজ্যৰ সপ্তম স্থানত তিনিচুকীয়াৰ স্মৃতি : সপোন চি এ হোৱাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়াৰ ৱিমেনজ্ কলেজে পূৰ্বৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৱিমেনজ্ কলেজৰ…
