লখিমপুৰত অভিনয়-পৰিৱেশ্য কলাৰ প্ৰশিক্ষণ কৰ্মশালাৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুনঃ শিশু আৰু কিশোৰ কিশোৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সান্নিধ্য নাট্য বিদ্যালয়ৰ উদ্যোগত তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় আৰু প্ৰতিবিম্ব-দি ৰিফ্লেক্সনৰ সহযোগত অহা ২১ জুনৰ পৰা ২৫ জুলাইলৈকে লক্ষীমপুৰ বাণিজ্য…
