লখিমপুৰত জিলা সূত সন্মিলনৰ উদ্যোগত ১৬০ গৰাকী কৃতি সূত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ লখিমপুৰ জিলা সূত সন্মিলনৰ উদ্যোগত আজি জাতিটোৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লখিমপুৰ জিলা সূত সন্মিলনৰ এলেকাধীন…
