লক্ষীমপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ জুনঃ অসম সাহিত্য সভা শক্তিশালী কৰিবৰ বাবে আমি সকলো ঐক্যবদ্ধ হ'বৰ হল। পাহাৰে-ভৈয়ামে, বৰাক ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসতি স্থাপন কৰি থকা সকলো জাতি জনগোষ্ঠী যদি একত্ৰিত হয় তেতিয়া অসমীয়া সবল শক্তিমান জাতি হৈ উঠিব। সেয়ে…
