নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত বিশ্ব মানৱতাবাদী দিৱস উদযাপন

উত্তৰ লখিমপুৰ, ১৯ আগষ্টঃ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে (এনচিচি) যৌথভাৱে ১৯ আগষ্টত বিশ্ববিদ্যালয়ৰ ডিজিটেল ক্লাছৰুমত বিশ্ব মানৱতাবাদী দিৱস উদযাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে প্ৰধান…

শিৱসাগৰত অসম সাহিত্য সভাৰ যুৱ সন্মিলনত ডেৰ শতাধিক যুৱ প্ৰতিনিধি

অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাখন সুৰক্ষিত কৰাৰ দায়িত্ব যুৱ প্ৰজন্মই ল'ব লাগিব: প্ৰধান সম্পাদক দেৱজিৎ বৰা গীত-নৃত্য-কবিতাৰ মূৰ্চনাত জীপাল শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় শিৱসাগৰ, ১৭ আগষ্টঃ “ভাষা হ’ল আমাৰ আত্মাৰ স্পন্দন। ইয়াৰ…

ইংৰাজ চেহাবক জোলোকা জোলোকে পানী খুৱাই দিয়া অসমীয়াজন…

শৈলেন বৰুৱা অসমীয়াৰ মৃত্যু যাত্ৰা বোলে আৰম্ভ হৈছে! সচানে মিছা? পিছে এটা সন্ধিক্ষণ আহিছে-অসমীয়া নামৰ জাতিটোৱে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ আৰম্ভ কৰিছে। এনে দিন আহিল ঔ অসমীয়াই পিৰালীত জলকীয়া পুলি এটাও ৰুবলৈ এৰিলে, সকলো বজাৰৰ পৰা কিনাৰ…

লখিমপুৰত ৰাণী ৰঙানদী সমষ্টিত ভূপেন বৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ

শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ আগষ্টঃ আগন্তুক ২০২৬ চনত হ’ব লগা বিধান সভাৰ নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা ৰাণী নৰহে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনস্থ কৰাৰ বিপৰীতে ভূপেন বৰাই পূৰ্বৰ বিহপুৰীয়া সমষ্টিৰ পৰিৱৰ্তে জন্মভূমি ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ…

লক্ষীমপুৰ কেন্সাৰ চেণ্টাৰলৈ এন্ট্ৰী-লেভেল স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৩ আগষ্টঃ উজনি অসমৰ স্বাস্থ্যসেৱাৰ বাবে এক উল্লেখযোগ্য কৃতিত্বৰ ৰূপত লক্ষীমপুৰ কেন্সাৰ চেণ্টাৰক সন্মানীয় NABH (National Accreditation Board for Hospitals & Healthcare Providers) এন্ট্ৰী-লেভেল স্বীকৃতি প্ৰদান কৰি…

‘ৰবি’ময় ৰুদ্ৰ 

শৈলেন বৰুৱা      'ৰুদ্ৰ' নামৰ চিনেমাখনৰ কাৰ্যবাহী প্ৰযোজক হৃষীকেশ ভট্টাচাৰ্য্যই চিনেমাখন লখিমপুৰৰ 'গল্ড চিনেমা'ত চাবলৈ নিমন্ত্ৰণ জনালে। সুধিলো ৰবি শৰ্মা আহিছে নেকি? ক'লে-ৰবি শৰ্মা কালিৰে পৰা লখিমপুৰত আছে। মই চাবলৈ যাম, তেওঁক জনাই দিলো।…

ভূমি অধিকাৰঃ অলপমান চিন্তা

হৰ্ষবৰ্দ্ধনএন আৰ চিৰ সময়ত দেখিছিলোঁ যে আলি, হুছেইন আদি তথাকথিত "সন্দেহজনক" উপাধি হ'লে কৰ্তৃপক্ষই ব্যক্তিবিশেষক বেছ জোৰ-জুলুম কৰিছিল। পিছে এতিয়া জাতি, মাটি, ভেটি আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষাৰ ঠিকা লোৱা চৰকাৰ বাহাদুৰ বা ব্যৱস্থাই…

ময়ূৰ বৰাক ‘কথা বৈভৱ’ আৰু অজন্তাক ‘সাহিত্যজ্যোতি’ বটাঁ প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ উত্তৰ লখিমপুৰৰ প্রকাশন অনুষ্ঠান 'নতুন সুৰ প্রকাশন পৰিষদ'-এ অসমীয়া সাহিত্য-সংস্কৃতি আৰু সংবাদ ক্ষেত্রলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তি বিশেষক 'সাহিত্যজ্যোতি' আৰু 'কথা-বৈভৱ' বঁটা ২০০৬ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে…

কৰবেট আৰু মোৰ লটিঘটি

গায়ত্ৰী গোস্বামী অধ্যাপক       মাজতে সপৰিয়ালে-সবান্ধৱে অৰুণাচলৰ পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ গৈছিলো। গাড়ীখন অকাই-পকাই ওখ পাহাৰটো বগাই গৈ আছে, আমি গাড়ীৰ ভিতৰৰ পৰাই ডিঙি মেলি-মেলি চাৰিওফালে চাই তৎ পোৱা নাই। যিমানেই ওপৰলৈ উঠিছো সিমানেই দূৰৈৰ…

যুদ্ধ জাহাজৰ নেতৃত্বত প্ৰথমবাৰলৈ এজন অৰুণাচলী যুৱক

ইটানগৰ, ১ জুলাইঃ ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজক এইবাৰ নেতৃত্ব দিব এজন অৰুণাচলী যুৱকে। যুদ্ধ জাহাজক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ প্ৰথমজন বিষয়া হিচাপে পৰিগণিত হৈছে ৰনি চৌপু। শনিবাৰে এক আনুষ্ঠানিক বিবৃতিত এই খবৰ প্ৰকাশ পাইছে।…