মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা সাংসদ ব্ৰীজভূষন শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰত…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মে’ঃ মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিছাৰি আৰু অভিযুক্ত বিজেপি সাংসদক গ্ৰেপ্তাৰৰ দাবীত আজি দেশযোৰা প্ৰতিবাদৰ অংশ হিচাপে তেজপুৰতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নিখিল ভাৰত…

আহকচোন, এখন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ভিতৰখন চাও 

হায় শিক্ষা বিভাগ ! আনন্দ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিম্ন দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এযোৰাও ডেক্স-বেঞ্চএখনো ব্লেক বৰ্ড নাই প্ৰধান শিক্ষকৰ বাবেও নাই কোনো চকী-টেবুল ৯৮ লাখ টকীয়া গৃহ…

কাকৈ বনাঞ্চলত একেনিশাই অৰুণাচলী দুবৃৰ্ত্তই কাটিলে হাজাৰোধিক মূল্যবান গছ

ঘটনাস্থলীত ডি এফ অ’-আৰক্ষী অধীক্ষক সীমান্তত উত্তেজনা অৰুণাচলীৰ আগ্ৰাসন অব্যাহত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা অৰুণাচলী দুবৃৰ্ত্তই হাজাৰৰো অধিক…

শোণিতপুৰত জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ ,১৭ মে ' অসম ৰাজ্যিক কাৰাটে সন্থাৰ তত্ত্বাৱধানত যোৱা ১৩ আৰু ১৪ মে, ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ শিবিৰটি বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈ যায়।…

“পাঠশালা”ঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ পাব ৰঙীন কাকত 

কৃতী শিক্ষক, লেখক সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দৃষ্টান্তমূলক পদক্ষেপশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ মে' সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে অসমত প্ৰথমবাৰৰ বাবে কিউ আৰ কোড সমৃদ্ধ এখন মাহেকীয়া…

দুবছৰে ন্যায় নাপালে চিপি ভেংৰাই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’: তেজপুৰৰ চি পি ভেংৰা নামৰ কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰক্ষীয়ে প্ৰদৰ্শন কৰা শিথিলতাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই ৷ স্মৰ্তব্য যে,তেজপুৰৰ কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অব্যাহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে উত্থাপন কৰা দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকৰ আন্দোলন অব্যাহত আছে যদিও যোৱা ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত…

ফাটবিহুৰ অবাঞ্চিত কাণ্ডক লৈ অৱশেষত ক্ষমা প্ৰাৰ্থনা ফাটবিহু সমিতিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মে : ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুত সংঘটিত অবাঞ্চিত ঘটনাৰ বাবে চাৰিদিনৰ পিছত নিঃচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে। ফাটবিহুৰ মঞ্চত সংঘটিত অনাকাংক্ষিত, অবাঞ্চিত, অপ্ৰীতিকৰ আৰু মাৰপিট কাৰ্যই ৰাজ্যজুৰি ব্যাপক…

সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই…

মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ বৰগুৰিস্থিত স্থায়ী কাৰ্যালয় ’অটল বিহাৰী বাজপেয়ী ভৱন’ আজি পুৱা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে একাধিক মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত উদ্বোধন কৰে…