প্ৰায় পাঁচবছৰ পূৰ্বে হোৱা এক ৰহস্যজনক দুৰ্ঘটনাৰ আজিও তদন্ত সম্পূৰ্ণ নহল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’ঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্ৰত ইতিমধ্যেই ৰাজ্যৰ বহুজনে গভীৰ ৰহস্য থকা বুলি আশংকা প্ৰকাশ কৰাৰ সময়তে তেজপুৰৰ এজন লোকৰ ২০১৮ চনৰ পাঁচ ডিচেম্বৰৰ নিশা সোণাৰিত সংঘটিত ৰহস্যজনক দুৰ্ঘটনাৰ…

জোনমণি ৰাভাৰ মৃত্যুৰ লগত লখিমপুৰ আৰক্ষী জড়িত বুলি অভিযোগ

 সাঙুৰ খাইছে নাওবৈচাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰা জোনমণিৰ ইনফ’মাৰ হাছিনা বেগমক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক-নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ভাবুকি হাছিনাৰ বিস্ফোৰক স্বীকাৰোক্তিত ওলাইছে ন ন তথ্য শতাব্দ ষ্টাফ…

 জোনমণি ৰাভাৰ মৃত্যুৱে এৰি থৈ গল বহু ৰহস্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে'ঃ শাসকক ৰঙা চকু দেখুৱাই লাইমলাইটলৈ অহা তথা চমু চাকৰি জীৱনত একাধিক বিতৰ্কৰে জেল যাত্ৰা কৰিও অলেখজনৰ দৃষ্টিত সাহসী মহিলা আৰক্ষীৰূপে বিবেচিত জুনমণি ৰাভাৰ যোৱানিশা এক ৰহস্যজনক পৰিৱেশত দুৰ্ঘটনাত নিহত হয়। অসম আৰক্ষীৰ…

তেজপুৰৰ সাংস্কৃতিক কৰ্মীক চাৰিদুৱাৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰঃ এজাহাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ মে'ঃ নতুনকৈ পৰিধান কৰা খাকী পোছাকৰ ক্ষমতাৰ ৰাগিত তেজপুৰৰ মনোজ কলিতা নামৰ যুৱকজনক সুৰাপান কৰাৰ অভিযোগত সদলবলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন উপপৰিদৰ্শকৰ বিৰুদ্ধে ন্যায় বিচাৰি…

গোগামুখত আছুৰ ব’হাগী উৎসৱত সুৰামত্ত যুৱকৰ তাণ্ডৱ

 উদণ্ড-নিচাসক্ত যুৱকে গছকি ভাঙিলে চাৰি শতাধিক আসন শিল্পী ৰোহিত সোণাৰৰ বাহনসহ কুৰিৰো অধিক বাহন ক্ষতিগ্ৰস্ত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ মে ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন চলি থকাৰ সময়তে একাংশ বিহু সন্মিলনস্থলীত…

ফাটবিহুৰ তিতা-কেহা বিতৰ্ক

শৈলেন বৰুৱা লেখাটোৰ আৰম্ভণিতে এইকেইটা কথা স্পষ্ট হৈ লোৱাটো ভাল ফাটবিহু- অসমীয়া বিহু সংস্কৃতিত ঢকুৱাখনাৰ এক এদনীয়া (Exclusive) সংযোজন। সেয়ে অসমৰ এক অনন্য বিহু উৎসৱ-ফাটবিহু। ফাটবিহু সমিতিঃ ফাটবিহু অনুষ্ঠিত কৰিবলৈ বা অন্যান্য কাম…

১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি  আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো…

বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাশতাব্দ ষ্টাফ…

ফাটবিহু অসমৰ জাতীয় জীৱনৰ মহামিলনৰ উৎসৱ: মুখ‍্যমন্ত্ৰী

 জন সমুদ্ৰত পৰিণত ম'হঘুলি চাপৰি শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৪ মে': ফাটবিহু এতিয়া কেৱল ঢকুৱাখনা ৰাইজৰে উৎসৱ হৈ থকা নাই, ই এতিয়া অসমৰ জাতীয় জীৱনৰ স্পন্দন, মহামিলনৰ উৎসৱত পৰিণত হৈছে। ই অসমৰ লোক-সংস্কৃতিৰ এক প্ৰধান অংগ হৈ পৰিছে। ফাটবিহুৱে…

বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে কৰ্ণাটকত ৰায়-ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ , ১৩ মে' : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একনায়কতত্ত্ববাদৰ প্ৰতি কৰ্ণাটকৰ ৰাইজে জনমত দিছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ৷ আজি তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত উপস্থিত হৈ প্ৰদেশ…

কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩মে’ঃ “কৰ্ণাটকত ২০১৪ৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভা নিৰ্বাচনত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা…