শোণিতপুৰত জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ ,১৭ মে ' অসম ৰাজ্যিক কাৰাটে সন্থাৰ তত্ত্বাৱধানত যোৱা ১৩ আৰু ১৪ মে, ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ শিবিৰটি বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈ যায়।…
