ঐতিহাসিক ফাটবিহু আৰম্ভ

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে': পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম'হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম'হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ…

ঘূনাসুঁতিত দলং নিৰ্মাণত অনিশ্চয়তা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১১ মে’ ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসুঁতিত উপস্থিত হৈ ঘাগৰ-ঘূনাসুঁতি সংযোগী পথৰ সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব লগা পকী দলংখনৰ শিলান্যাস আৰু ভূমি…

তেজপুৰত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অতি কম মূল্যত ভূমি অধিগ্ৰহণঃ ক্ষুব্ধ বহুলোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১মে’ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তেজপুৰ মিছন চাৰিআলিৰ ফ্লাই অভাৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ম্যাদী ভূমিৰ মূল্য যথেষ্ট কম পৰিমানে নিৰ্দ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ সদাব্যস্ত মিছন চাৰিআলিত এখন ফ্লাই অভাৰ…

সাজু হৈ উঠিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে' : ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ…

তিনিচুকীয়াৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি নেতা ডেৰমাহে মুকলি আকাশৰ তলত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ মে’ : তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তৰ কাটানি গাঁৱত যোৱা ২০ মাৰ্চত সংঘটিত নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আজিকোপতি কৰায়ত্ত নকৰাত চিপিআই(এম-এল)ৰ তিনিচুকীয়া জিলা সমিতিয়ে উদ্বেগ…

তেজপুৰৰ সৰবৰহী ভাওনা আৰু সত্ৰীয়া শিল্পী, কোঁচ ৰাজবংশী সন্মিলনীৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১০ মে'ঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, সত্ৰীয়া আৰু ভাওনা শিল্পী তথা কোঁচ ৰাজবংশী সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ আজি বিয়লি প্ৰায় ৩ বজাত আকস্মিক ভাৱে…

নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম…

বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মেঃ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ কেতবোৰ আভ্যন্তৰীণ ঘটনাক লৈ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক গোট সৰৱ হৈ উঠিছে। উল্লেখ্য যে মহাবিদ্যালয়খনত পূৰ্বেও বিত্তীয় অনিয়ম হোৱা বুলি…

তেজপুৰত মৰ্মান্তিক ঘটনাঃ পুত্ৰবিয়োগৰ শোকত প্ৰাণ গ’ল মাতৃৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মে’ঃ তেজপুৰৰ এজন যুৱকৰ চেন্নাইত শোকাৱহ মৃত্যুৱে যুৱকজনৰ পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে পুত্ৰশোকত ভাঙি পৰা মাতৃৰো মৃত্যু ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাই তেজপুৰৰ নিকটৱৰ্তী…