চেউৰী জন্ম দিয়াৰ নতুন আঁচনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী…
