লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশন এইবাৰ লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্রত (এ.টিম খেলপথাৰ)ত অনুষ্ঠিত হ'ব। তাৰেই অংশ হিচাপে আজি এবিভিপিৰ ৰাজ্যিক নেতৃত্ব আৰু উদযাপন সমিতিয়ে নৰ্থ…
