হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩০ মাৰ্চঃ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম সক্ৰিয় শাখা হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে হাতীলোং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে…

ছাত্ৰীক অসৎ ব্যৱহাৰ : তিনিচুকীয়াত শিক্ষক নিলম্বিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ মাৰ্চ : ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত তিনিচুকীয়া জিলা শিক্ষা বিভাগে এগৰাকী শিক্ষকক নিলম্বিত কৰিছে ৷ জানিব পৰা মতে জিলাখনৰ মাকুমৰ এগৰাকী ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল…

শোণিতপুৰৰ ১২ স্হানত ১৩ শ বিহুৱা – বিহুৱতীৰ চূড়ান্ত আখৰা

শতাব্দ ষ্টাফ ৰিপ টাৰ,তেজপুৰ ২৯ মাৰ্চ : বিহুৰ বিশ্বমুখী যাত্ৰা।লক্ষ্য ১৪ এপ্ৰিলৰ মহা আয়োজন। একেলগে ১১ হাজাৰ বিহুৱা - বিহুৱতীৰ বিহু প্ৰদৰ্শন। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰৰ লগতে একাংশ বিশিষ্ট বিহুৱা, বিশিষ্ট…

সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ মাৰ্চ : সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিখন 'সদৌ তিনিচুকীয়া জিলা সত্ৰ মহাসভা' নামেৰে আজি গঠন কৰা হয় । এই উপলক্ষে তিনিচুকীয়াৰ আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন গোস্বামীৰ সভাপতিত্বত তিনিচুকীয়াৰ…

প্ৰসংগ ৰাহুল গান্ধীঃ লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপটাৰ লখিপুৰ ২৯ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ফেচিবাদী, অগণতান্ত্ৰিক নীতি আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে লখিমপুৰ জিলা…

বহুজন সাহিত্য অকাডেমিৰ দ্বাৰা সন্মানিত হ’ল দিপ্তী নাথ বৰা

শতাব্দ প্ৰতিনিধি নাৰায়ণপুৰ, ২৮ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চেঙেলিজানৰ দিপ্তী নাথ বৰাই চলিত বৰ্ষৰ কলাৰত্ন বঁটাৰে সন্মানিত হ'ল।ষষ্ঠ সংখ্যক দক্ষিণ ভাৰতীয় লেখক সন্মিলনত যোৱা ২১ মাৰ্চত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল এই বিশেষ বঁটাটো।বহুজন…

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে এইমছৰ লগতে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী চিকিৎসা মহাবিদ্যালয়

মঙ্গলবাৰে কোকৰাঝাৰ-নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

 বিহুৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ মানে হ'ল বিহুৰ লগত হ'ব পৰা জীৱন-জীৱিকাৰ পথসমূহ। ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে। আমি জানোঁ যে আমাৰ ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰবাসী অসমীয়াসকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত ৰঙালী বিহু…

তেজপুৰত কবিতা পুথি উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭ মাৰ্চঃ আজি দিনৰ ১১বজাত অনুষ্ঠিত হোৱা এখন সভাত উন্মোচন কৰা হয় যুগে যুগে অৱতাৰ শীৰ্ষক এখন ব্যতিক্ৰমী কবিতা পুথি৷ তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। কবিতাপুথিখন সত্ৰীয়া…