নিৰ্মীয়মান কালভাৰ্ট ভাঙি পৰিল শ্ৰমিকৰ ওপৰতে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মাৰ্চঃ ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগে পথ নিৰ্মানৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷উল্লেখযোগ্য যে,অতি নিম্ন মানদণ্ডৰ কামৰে চৰকাৰী ধনৰ অপচয়…

অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ বিয়োগত শোক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ শ’লাল গাঁও নিবাসী তথা অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ যোৱা বৃহস্পতিবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য…

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলন উপলক্ষে এখন…

পদ্মশ্ৰী উদ্ধব ভঁৰালী ক’ত?

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ শতাধিক যন্ত্ৰ-সঁজুলি উদ্ভাৱনেৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসম সন্তান উদ্ধব ভঁৰালী এতিয়া ক'ত আছে? বিগত সময়চোৱাত এই প্ৰশ্ন বহুতৰ মনলৈ আহিছে যদিও সদুত্তৰ পোৱা হোৱা নাছিল। শত সহস্ৰ গুণমুগ্ধক আহ্লাদিত…

দৰিদ্ৰৰ বাবে আবন্টিত চৰকাৰী বগা চাউলৰ ক’লা বেপাৰ: ছীল কৰিলে সমবায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩মাৰ্চঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত দৰিদ্ৰৰ বাবে আৱন্টন দিয়া চাউল ক’লা বজাৰত বিক্ৰী কৰিলে চাউল সৰবৰাহ কৰা ঠিকাদাৰে৷ এক দুই কিলোগ্ৰাম নহয় এখন সমবায়তে ৮০০ কুইন্টল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে৷ পৰিণতিত…

ঠেলামৰাত উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা মণ্ডলৰ তেজপুৰস্হিত বাসগৃহত তালাচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ শোণিতপুৰৰ ঠেলামৰাত উৎকোচ লোৱা অৱস্থাত আজি হাতেলোটে কৰায়ত্ত হ’ল এজন মণ্ডল৷ উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শোণিতপুৰৰ…

আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত আয়োজিত নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ…