ভূৱা তথ্যৰে বিটিআৰত চাৰিদুৱাৰৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগঃবিশাল ৰাজহুৱা সভাত তীব্ৰ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬মাৰ্চঃ বিটিআৰত নতুনকৈ শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলাৰ অভিযোগ তুলি এনে কাৰ্য আৰু ইয়াৰ বাবে জনগাঁথনিৰ ভূৱা তথ্যৰ তীব্ৰ বিৰোধিতাৰে আজি চাৰিদুৱাৰত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত…
