পঞ্চায়ত পৰ্যায়ৰ পুনঃ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৭ ছেপ্টেম্বৰঃ ৰাজ্যত আগন্তুক নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাক লৈ ৰাজনৈতিক দল সমূহে তৎপৰতা আৰম্ভ কৰিছে।ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণে পঞ্চায়ত সমূহৰ সীমাক লৈ এক ধূসৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে…

ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী কল্পনা গগৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এইবাৰ ঘোষণা কৰা ৰাজ্যিক কৃতি শিক্ষক বটাঁৰে সন্মানিত হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ। এইবাৰ জিলাখনৰ একমাত্ৰ বটাঁ প্ৰাপকৰূপে কল্পনা গগৈ বিবেচিত হৈছে। ১৯৮৮ চনৰ ১১…

নতুন ন্যায় সংহিতাৰ নতুন দিশবোৰ

সমল ব্যক্তিৰূপে অংশগ্ৰহণ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব প্ৰসেনজিৎ দাসৰশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ  এতিয়াৰে পৰা কোনো লোকে অভিসন্ধি কৰি আন কোনো লোকক আদালতত এজাহাৰ দি হাৰাশাস্তি কৰিব নোৱাৰিব। আদালতে এজাহাৰ পোৱাৰ পিছত দুয়োপক্ষকে…

ক্লাইম্বাথন ২০২৪’ লৈ অসমৰ একমাত্ৰ পৰ্বতাৰোহী ৰুবী বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ ভাৰতীয় পৰ্বতাৰোহণ সংস্থাই আয়োজন কৰা দুঃসাহসিক পৰ্বতাৰোহণৰ কাৰ্য্যসূচী 'ক্লাইম্বাথন ২০২৪' লৈ অসমৰ হৈ অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে লখিমপুৰ জিলাৰ দেওতোলাৰ ৰুবী বৰাই। হিমাচল প্ৰদেশত অৱস্থিত ভাৰতৰ তৃতীয় বৃহৎ…

চেন্টাৰ বাইদেৱে চাকিটো ঘূৰাই দিব…

 দীপামণি হাজৰিকা বৰুৱা         মানুহ গৰাকীৰ আচল নামটো আজিও নাজানো। কিন্তু লগ পোৱাৰে পৰা শুনি আহিছো তেখেতক সকলোৱে চেন্টাৰ বাই বুলি মাতে।কথাই প্ৰতি ঢেকঢেকাই হাঁহি উঠা চেন্টাৰ বাইদেউ আমাৰ গাঁও খনৰ সকলোৰে মৰমৰ। নহ'বই বা কিয়! কাৰোবাৰ ঘৰত কিবা…

আপোন গাঁওখনলৈ আহি নষ্টালজিক হৈ পৰিল জীয়ৰীসকল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২২ জুলাইঃ দেওবাৰৰ দিনটো গীত-মাতে মুখৰিত হৈ পৰে উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও৷ এক আনন্দ মুখৰ পৰিৱেশত আপোন গাঁওখনত উপস্থিত হৈ সোণাৰী গাঁৱৰ জীয়াৰীসকলে শৈশৱ স্মৰণ কৰি নষ্টালজিক হৈ পৰে৷ সুৰ্দীঘ ১৫ বছৰ…

ৰাজ্যত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰি

প্ৰাককলন অনুসৰি কাম নকৰাকৈ বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বানশতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২২ জুলাইঃ ৰাজ্যৰ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত লখিমপুৰ জিলাত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনিত…

চৰাইদেও ৯০+

ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ, বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱো নতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে ৯০…

চৰাইদেও ৯০+

ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱোনতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে…

লখিমপুৰত এপ’ল’ হাস্পতাল চেন্নাইৰ ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাইঃ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই আছে যদিও সমগ্ৰ ৰাজ্যত গুণগত চিকিৎসা এতিয়াও সুলভ হোৱা নাই। তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ বুজন পৰিমাণৰ ৰোগী-অভিভাৱকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈ আছে। এইক্ষেত্ৰত…