নাওবৈচাত ভাগিনীয়েকৰ দাৰ ঘাপত মোমায়েকৰ নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২০ মাৰ্চঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ সমীপৰ তথা লালুক থানাৰ অন্তৰ্গত হৰিপুৰত যোৱা নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ এই ঘটনাই সমগ্ৰ নাওবৈচা আঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি এটা মছজিদত ইমাম…
