অসম নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি শতাব্দ Mar 21, 2023 0 উত্তৰ লখিমপুৰ-লীলাবাৰী সংযোগী পথৰ নকাড়ী ৰেল ক্ৰচিঙত নিতৌ তীব্ৰ যানজঁট
অসম লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন শতাব্দ Mar 21, 2023 0 উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা "পোষণ পখোৱাৰা ২০২৩" অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ…
প্ৰবন্ধ উচ্ছেদ,বনভূমি সুৰক্ষা আৰু বিশ্ব বন দিৱস শতাব্দ Mar 21, 2023 0 মুক্তাৰ আলী যোৱা কেইদিনমানৰপৰা অবাধে বৰষুণ হৈ আছে আৰু আগন্তুক কেইবাদিনলৈকে বতৰ পৰিৱৰ্তনৰ আশা বতৰ বিজ্ঞানীসকলে পোৱা নাই।বিগত বহুদিন বৰষুণৰ অভাৱত শুকাই পৰিছিল পৃথিৱী। এইদৰে অতিবৃষ্টি অনাবৃষ্টিৰ প্ৰকোপ দিনে দিনে বাঢ়িব ধৰিছে। ইয়াৰো এক অন্যতম…
অসম ৰাজ্যপাল আৰু উপায়ুক্তলৈ পৃথকে স্মাৰকপত্ৰ শোণিতপুৰ কংগ্ৰেছৰ শতাব্দ Mar 20, 2023 0 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মাৰ্চঃ ৰাজ্য চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি শোণিতপুৰ তথা তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি শোণিতপুৰ জিলা কংগ্ৰেছে শোণিতপুৰৰ…
অৰ্থনীতি অৰুণাচলৰ পশ্চিম কামেংৰ নেচিফুত সুৰংগ নিৰ্মাণৰ কাম সমাপ্ত শতাব্দ Mar 20, 2023 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ: অৰুণাচল প্ৰদেশৰ ভাৰত- চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল। মে' মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে। ভাৰত-চীন সীমান্তলৈ যোৱা…
অসম বিশ্ব ঘৰচিৰিকা দিৱস আৰু সাধুকথা দিৱস পালন শতাব্দ Mar 20, 2023 0 বিশ্ব ঘৰচিৰিকা দিৱসৰ চিত্ৰাংকন আৰু শিক্ষাৰ্থীৰ সন্মুখত ককা - আইতাৰ সাধু, নাটকৰ সংলাপেৰে মুখৰিত বিদ্যালয় প্ৰাংগন
অসম নাওবৈচাত ভাগিনীয়েকৰ দাৰ ঘাপত মোমায়েকৰ নিহত শতাব্দ Mar 20, 2023 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২০ মাৰ্চঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ সমীপৰ তথা লালুক থানাৰ অন্তৰ্গত হৰিপুৰত যোৱা নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ এই ঘটনাই সমগ্ৰ নাওবৈচা আঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি এটা মছজিদত ইমাম…
অসম দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ তেজপুৰত শতাব্দ Mar 20, 2023 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ : জুয়ে পোৰা ৮৩ ৰ আজিৰ দিনটোতে দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা, দক্ষ অভিনেতা জাতীয় শ্বহীদ ভূপেন ডেকাক আজি তেজপুৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ…
মনস্বিনী (নাৰী) লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিবৰ্তন অনুষ্ঠিত শতাব্দ Mar 20, 2023 0 উত্তৰ লখিমপুৰ, ২০ মাৰ্চ: আশা কৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে লখিমপুৰ জিলা স্বাস্থ্য সমিতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ উদ্যোগত আজি আজাদস্থিত নৱজ্যোতি ৰঙ্গমঞ্চত অনুষ্ঠিত হয় আশা অভিবৰ্তন। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী…