মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়াত আৰক্ষীৰ অভিযান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি…

তেজপুৰ মহিলা সমিতিৰ উদ্যোগত ইতিহাস সম্বলিত এক প্ৰদৰ্শনীৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চঃ তেজপুৰ মহিলা সমিতিৰ চৌহদত সমিতিৰ উদ্যোগত নৰ্থ-ইষ্ট লাইটবক্স, ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ উইমেন’ছ ষ্টাডিজ, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত তেজপুৰ মহিলা সমিতিৰ ইতিহাস প্ৰতিফলিত হোৱাকৈ তেজপুৰৰ মহিলা…

তেজপুৰৰ বিশিষ্ট চিকিৎসক, “কেকটাছ”, “কানীন” আৰু “অনুৰ” চিনেমাৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় তথা মানৱ দৰদী চিকিৎসক, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে ২০২৩ বৰ্ষৰ "কালচাৰেল এক্সিলেঞ্চ" বঁটা…

গীত-কবিতাৰে উমাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ দ-পৰ্ব্বতীয়া শিলৰ তোৰণ উদ্যান প্ৰাংগণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ মাৰ্চ : সাংস্কৃতিক চহৰ তেজপুৰৰ প্ৰাচীন ঐতিহ্য ভূমি দ-পৰ্ব্বতীয়া শিলৰ তোৰণৰ উদ্যান প্ৰাংগণ আজি গীত-কবিতা-চিত্ৰৰে উমাল হৈ পৰিল । এখনি চুটি ছবিৰ পূৰ্ণ পৰিকল্পনাৰ শুভ মুহূৰ্তক আগত ৰাখি তেজপুৰৰ অন্যতম অগ্ৰণী…

ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ক ঐতিহ্যস্থলী হিচাপে গঢ়ি…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ফেব্ৰুৱাৰী : উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান "জ্যোতি কলা কেন্দ্ৰ সংগীত…

দলং নিৰ্মাণৰ দাবীত নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১ মাৰ্চঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজাবাৰী চকৰ পৰা নাহৰবাৰী হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত তথা নাহৰবাৰীত দলং…

তেজপুৰত হেৰ’ইন সহ দুজনক কৰায়ত্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰ ১১ মাৰ্চঃ অতি উদ্বেগজনক ভাবে তেজপুৰলৈ ড্ৰাগছৰ দৰে বিষাক্ত দ্ৰব্যৰ সৰবৰাহ বৃদ্ধি পাইছে৷ আৰক্ষীৰ অভিযানত সঘনাই এনে সৰবৰাহকাৰী কৰায়ত্ত হোৱা সত্বেও ড্ৰাগছৰ এই সৰবৰাহ বন্ধ হোৱা নাই৷ আজি পুনৰ তেজপুৰৰ বৰঘাট আৰক্ষীয়ে…

অসমত ৭১.১৬ লাখ শিশুক পেলু দৰৱ খুওৱাৰ লক্ষ্য

ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায় : ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ