কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ…
