Browsing Category

অফবিট

বিশ্বৰ ওখ পৰিয়ালৰ গিনিজ ৰেকৰ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্ৰিল : আমৰ চৌপাশে এনে বহু পৰিয়াল দেখা পাওঁ, যিবোৰ পৰিয়ালৰ প্রতিজন সদস্যই বেছ ওখ। কিন্তু কেতিয়াবা ভাবি চাইছেনে— যদি কোনো পৰিয়ালৰ প্রতিজন সদস্য ইমানেই ওখ হয় যে তেওঁলোকে বিশ্ব ৰেকর্ড গঢ়িব পাৰে!…

হিমালয়তকৈ চাৰিগুণ দীঘল পর্বতমালা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : এছিয়া মহাদেশৰ এক বৃহৎ অংশ জুৰি আছে হিমালয় পর্বতমালা। কিন্তু হিমালয়তকৈয়ো বিস্তৃত পর্বতমালা যে এইখন পৃথিৱীতে আছিল, তাৰ প্রমাণ পাইছে Australian National Universityৰ গৱেষকসকলে। তেওঁলোকে এই পৰ্বতমালাক আখ্যা…

‘আতিথ্য’ৰ সেৱা আপুনিও ল’ব পাৰে

যি সময়ত সহজ উপাৰ্জনৰ দৌৰত নৱপ্ৰজন্মৰ একাংশই বিভিন্ন অসামাজিক কাৰ্যত লিপ্ত হৈ সমাজ-ব্যৱস্থা কলুষিত কৰি তুলিছে ঠিক তেনে সময়তে সমাজৰ অন্য এচাম লোকে কামৰ সৰু বৰ বিচাৰ নকৰি বিপথে যোৱা নৱপ্ৰজন্মক আদৰ্শৰ বাট দেখুৱাই কৰ্ম সংস্কৃতিৰ এক নজিৰ সৃষ্টি…

মাটি কিনি বাঘৰ বাবে গঢ়িছে অৰণ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আদিত্য সিং আছিল দিল্লীৰ বাসিন্দা। পত্নী পুনমৰ সতে সুখৰ সংসাৰ। কিন্তু মহানগৰীৰ মায়া এৰি তেওঁলোক ১৯৯৮ চনত গুচি আহিল ৰাজস্থানৰ এক প্ৰত্যন্ত এলেকালৈ; বিখ্যাত…

ফুঁ দিলেই ধৰা পৰিব কৰ’না ৰোগী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল: RTPCR বা ৰেপিড এন্টিজেন পৰীক্ষা নহয়, শ্বাসৰ পৰাই বুজা যাব কৰ'না হৈছেনে নাই। পলকতে সম্পন্ন হ'ব পৰীক্ষণ। ক'ভিড-১৯ এতিয়া মোটামুটি Endemic পর্যায়ত। এনেদৰেই কৈছে বিজ্ঞানীসকলে। আৰু এই পর্যায় যিমানেই আগুৱাইছে,…

এশটকীয়া পেট্ৰ’ল বিক্ৰী হৈছে এটকাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল : পাঁচখন ৰাজ্যৰ ভোট শেষ হোৱাৰ পিছতেই প্রত্যাশিতভাৱে দেশত ইন্ধনৰ মূল্য আকাশলংঘী হৈছে। টি-২০ ক্ৰিকেটৰ ৰান ৰেটৰ গতিত সলনি হৈছে পেট্র'ল-ডিজেলৰ ‘ৰেট-কার্ড’। দেশৰ অধিকাংশ চহৰতে পেট্র'লৰ দামে শতক পাৰ কৰিছে।…