Browsing Category

অফবিট

উত্তেজনাত কঁপি আছে উজবেকিস্তান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : হিংসাত্মক উজবেকিস্তান। যোৱা কেইদিনমানৰ ভিতৰত মধ্য এছিয়াৰ এই দেশখনত সংঘটিত সংঘৰ্ষত ১৭ জন লোক নিহত হৈছে। আহত লোকৰ সংখ্যা প্ৰায় দুশ পঞ্চাশজন। ৰাজনৈতিক গুজৱমতে এই ঘটনা মূলতঃ কাৰাকলপাকস্তানৰ স্বায়ত্তশাসিত…

তালিবান সেনাধ্যক্ষৰ আজব কাণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : বিধ্বংসী ভূমিকম্পত বিধ্বস্ত আফগানিস্তান। উদ্ধাৰ কাৰ্যৰ নামত কাৰ্যতঃ ঠাট্টা-মস্কৰা কৰি আছে দেশৰ জেহাদী চৰকাৰে। বিধ্বস্ত অঞ্চললৈ খাদ্য আৰু ঔষধ যোগান ধৰিবলৈ পৰ্যাপ্ত বাহন নাই। আহত বহু লোকক এতিয়াও উদ্ধাৰ কৰিব…

চুবুৰীয়া ৰাষ্ট্ৰই বিয়পাইছে ক’ৰনা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই: উত্তৰ কোৰিয়াত দিনে-নিশাই নানা ধৰণৰ অদ্ভুত ঘটনা ঘটে! একনায়কত্ববাদী কিম জং উনৰ ৰাজত্বকালত দেশখনৰ বাসিন্দাসকলে যেন শান্তিৰে নিশ্বাসো ত্যাগ কৰিব নোৱাৰে। তেওঁ নিজৰ সকলো অদ্ভুত আইন নাগৰিকৰ ওপৰত জাপি দিয়ে। সেই…

নাছাৰ এলিয়েন সন্ধানঃএইবাৰ ব্যৱহাৰ হ’ব সৰু সৰু ৰবট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : বিজ্ঞানীসকলে অহৰহ নতুন নতুন উদ্ভাৱন আনিবলৈ চেষ্টা কৰি আহিছে যিয়ে তেওঁলোকক এলিয়েনৰ লেখ-জোখ বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে। নাছাৰ গৱেষকসকলে সৌৰজগতত এলিয়েন বিচাৰি উলিয়াবলৈ ৰবট ব্যৱহাৰ কৰাৰ পৰিকল্পনা…

দহদিনত ভাৰতৰ দুবাৰ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : দহ দিনত দুবাৰকৈ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে ভাৰতে। দহ দিন পূৰ্বে শত্রুৰ বুকুত ভয়ৰ কঁপনি তুলি পৰমাণু অস্ত্র বহনত সক্ষম অগ্নি ৪ বেলেষ্টিক মিছাইলৰ (Agni-IV ballistic missile) সফল উৎক্ষেপণ…

ৰজা দ্বিতীয় জেমছ দৈৱক্ৰমে ৰক্ষা পৰিছিল ডুবন্ত জাহাজৰ পৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুন : এখন ৰাজকীয় যুদ্ধজাহাজ ৩৪০ বছৰ আগেয়ে ইংলেণ্ডৰ পূব উপকূলত ডুব গৈছিল। যোৱা ৯ জুনত গৱেষকে সেই জাহাজ সংক্রান্তীয় তথ্য উন্মোচন কৰিছে। ধ্বংসৰ পৰা জাহাজখন বচাই ৰাখিবলৈ ইয়াৰ তথ্য ১৫ বছৰতকৈয়ো বেছি সময়…

অন্য প্রাণীৰ বাবেও ক’ৰনাৰ টিকাঃ ভাৰতীয় সংস্থাৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : এনোক'ভেক্স ভাৰতত তৈয়াৰ হোৱা প্রথম টিকা, যি পশুক ক'ৰনা-১৯ৰ হাতৰ পৰা ৰক্ষা কৰিব। কুকুৰ, সিংহ, চিতাবাঘৰ ওপৰত প্রয়োগ কৰি দেখা গৈছে যে, ক'ৰনাৰ দুটা ৰূপ— ডেল্টা আৰু অমিক্রন এই দুয়োটাৰ বিৰুদ্ধেই এই ভেকচিন…

নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : লোকসভা নির্বাচন ২০২৪ চনত। তাৰ পূৰ্বেই নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে নৰেন্দ্র মোদী চৰকাৰে। ছুইছ নির্মাণকাৰী সংস্থা ‘জুৰিখ এয়াৰপর্ট ইন্টাৰনেচনেল এজি’-এ নয়দা আন্তর্জাতিক বিমানবন্দৰ…

বিশ্ব ভাটৌ দিৱস আৰু কিছু তিক্ত অভিজ্ঞতা

যুগল বৰা আজি ৩১ মে', বিশ্ব ভাটৌ দিৱস। ২০০৪ চনৰ পৰা প্ৰথমে ইউৰোপীয় দেশসমূহত ভাটৌ চৰাই আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছৰ পৰা এই বনৰীয়া ভাটৌ চৰাই সঁজাত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা আনিবলৈকে মূলতঃ এই ভাটৌ দিৱস পালন…

পুলিচ আৰু মানুহ

 বিনয় কৃষ্ণ তামুলী ফুকন মই এটা-দুটা কথা মনত ৰাখিব পৰা হোৱাৰে পৰা "পুলিচ" এবিধ বেলেগ প্ৰাণী বুলি ধাৰণা কৰি লৈছিলোঁ। কাৰণ মোৰ দেউতাৰ তিনিজন ককাই-ভাইৰ মাজুজন ৰঙা পুলিচ আছিল। দেউতাই নৱম শ্ৰেণীতে ঘৰৰ পৰা পলাই গৈ তেখেতৰ মানে মাজু বৰদেউতাৰ লগত…