Browsing Category

অফবিট

পুলিচ আৰু মানুহ

 বিনয় কৃষ্ণ তামুলী ফুকনমই এটা-দুটা কথা মনত ৰাখিব পৰা হোৱাৰে পৰা "পুলিচ" এবিধ বেলেগ প্ৰাণী বুলি ধাৰণা কৰি লৈছিলোঁ। কাৰণ মোৰ দেউতাৰ তিনিজন ককাই-ভাইৰ মাজুজন ৰঙা পুলিচ আছিল। দেউতাই নৱম শ্ৰেণীতে ঘৰৰ পৰা পলাই গৈ তেখেতৰ মানে মাজু বৰদেউতাৰ লগত…

অচিৰেই বজাৰলৈ ‘আমূল’ৰ আটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে' : গুজৰাট ক'অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেচন লিমিটেডে (GCMMF) আমূল ব্রেণ্ডৰ অধীনত পণ্য উৎপাদন কৰে। কিন্তু এইবাৰ এই সংস্থাই দুগ্ধ পণ্যৰ গণ্ডী চেৰাই অর্গেনিক গমৰ আটা বজাৰত মুকলি কৰিবলৈ অগ্ৰসৰ হৈছে। জিচিএমএমএফে…

‘উৰাণ’ আঁচনিৰ অধীনত ছয়খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হ’ব : মুখ্যমন্ত্রী

শতাব্দ প্রতিনিধি, গুৱাহাটী,২৭ মে’ : ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট পলিচিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু বৰ্তমান এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক…

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ২৫ দিন বাকী থকা অৱস্থাত আজি হায়দৰাবাদত যোগ উৎসৱ উদযাপন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২৭ মে': আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২২ লৈ ২৫ দিন বাকী থকা অৱস্থাত আজি হায়দৰাবাদৰ লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত আয়োজিত যোগ উৎসৱত সৰ্বস্তৰৰ হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰে। য'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় আয়ুষ তথা…

ফেচবুকত বৃহৎ সালসলনিঃ নিশ্চিন্তে দিব পাৰিব হাঁহা ৰিয়েক্ট !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : আজি ফেচবুকত কি পৰিৱৰ্তন হৈছে, মন কৰিছেনে? যদি নাই কৰা তেন্তে এবাৰ ভালদৰে চাওকচোন। ধৰিব পাৰিছেনে? নাই পৰা ! আচলতে ফেচবুকত ঘটোৱা হৈছে পৰিৱৰ্তন। আপোনাৰ ফটো, পোষ্ট বা মন্তব্যত কেইটা প্রতিক্রিয়া পৰিছে, সেয়া দেখা…

গাড়ীৰ চকা, বিদ্যুতৰ খুঁটাত কিয় মূতে কুকুৰে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : বাটে পথে ঘূৰিলে প্ৰায় প্রতিদিনেই এনে কিছু ঘটনাৰ সাক্ষী হ'বলগীয়া হয়, যিবোৰৰ কাৰণ সকলো সময়তে জনা নাযায়। এই ধৰক, ঘৰৰ আশপাশে বা ৰাস্তাই ঘাটে লক্ষ্য কৰিলেই দেখা যায় যে, গাড়ীৰ টায়াৰ আৰু বিদ্যুতৰ খুঁটা; কুকুৰে…

অগণিত বাহনৰ গতি কথা…

বিনয়কৃষ্ণ তামুলী ফুকনচোতালত কোনোৱা এজন আলহীয়ে "ৰেলী", "এটলচ", "হিৰ'", "এভন", "বি এছ এ" চাইকেল এখন ৰাখিলে মনে মনে ধামত চলোৱাটো আমাৰ কৈশোৰ কালৰ প্ৰত্যাহ্বানৰ আছিল। মটৰ চাইকেল বা ঢেপঢেপি দূৰৈৰ কথা। যি 'ৰাজদূত', ' ই এছ ডি ',  '…

কোটি কোটি আলোকবর্ষ দূৰত অবাক কৰা ছাঁয়াপথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এখন অবাক কৰিব পৰা ফটো ছেয়াৰ কৰিছে মার্কিন মহাকাশ সংস্থা বা নাছাই। যিখন ফটো দেখি বিস্ময়ত হতবাক হৈ গৈছে ছ'চিয়েল মিডিয়া। অনেকে সেই ফটোখন তুলনা কৰিছে মানুহৰ ৰোগাক্ৰান্ত ৰঙাপৰা চকুৰ সতে। ফটোখন হ'ল whirlpool…

ৰহস্যময় ভুল তথ্য পঠাইছে নাছাৰ যানে ! চিন্তিত বিজ্ঞানী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : সূর্যৰ আওতাৰ বাহিৰত মহাকাশৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল নাছাৰ দুখন মহাকাশ যান। তাৰ ভিতৰত এখনৰ পৰা বিগত বেছ কিছুদিন ধৰি ক্রমাগতভাৱে ভুল তথ্য আহি পাইছে পৃথিৱী। যাক লৈ ৰহস্য ঘনীভূত হৈছে। কাৰণ বিজ্ঞানীসকলে বুজিবই…

দৰা ৯৫ বছৰীয়া, কন্যাৰ বয়স ৮৪

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ২৩ বছৰ আগেয়ে মনৰ মানুহগৰাকীক দেখিছিল চহৰৰ এটা গির্জাত। তেতিয়া মুখ ফুটাই মনৰ ইচ্ছা প্রকাশ কৰিব পৰা নাছিল। ঠিক ২৩ বছৰ পিছত সেই একেই গির্জাত সেই মনৰ মানুহগৰাকীক বিয়া কৰালে ৯৫ বছৰীয়া পাত্রই। 'ৱেলছ অনলাইন'ত…