Browsing Category
অফবিট
২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস
৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে।…
চলতি বছৰত মহাকাশলৈ নাযায় ‘গগনযান-২০২২’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পিছুৱাই গৈছে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণৰ প্রকল্প। কালি ২০ মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROৰ তৰফৰ পৰা জনোৱা হৈছে যে, নিৰাপত্তাজনিত কাৰণত চলিত বছৰত ‘গগনযান-২০২২’ প্রকল্পৰ চূড়ান্ত ধাপ সম্পন্ন নহ'বও…
চকুৰ সমস্যা ? বেবী কৰ্ণ কিয় নাইখোৱা?
বেবী কৰ্ণ বা কুমলীয়া গোমধান খায়নে আপুনি ? আপোনাৰ যদি চকুৰ সমস্যা আছে, তেন্তে কুমলীযা গোমধান খাবলৈ আপোনাক কোনোবাই পৰামৰ্শ দিছে নেকি? যদি দিছে, তেন্তে গোমধান খাওক। বেবী কৰ্ণত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে যিয়ে চকুৰ স্বাস্থ্যত সহায় কৰে।…
ভাৰতলৈ আমেৰিকাৰ ৫০০ নিযুত ডলাৰৰ সামৰিক সাহায্যৰ প্ৰস্তাৱ
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে' : ভাৰত-ৰাছিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্কত আউল লগোৱাৰ পৰিকল্পনা ৰচনা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ৰাছিয়াৰ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ ওপৰত থকা ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষলৈ…
পাকিস্তান-চীন সীমান্তলৈ ৰাছিয়ান S-400
দাদুল দেৱকৃষ্ণ বৰুৱা
আগন্তুক মাহ, অর্থাৎ জুন মাহতেই ভাৰতীয় সীমান্তত মেতায়েন কৰা হ'ব পাৰে ৰাছিয়াৰ পৰা কিনা এছ-৪০০ মিছাইল ছিষ্টেম। চীন আৰু পাকিস্তানৰ ক্রমাগত ভাবুকিৰ কথা মনত ৰাখিয়েই এই অত্যাধুনিক মিছাইল চিষ্টেম প্রতিস্থাপন কৰা হ'ব।…
QP মানে ‘আকাশ এয়াৰ’
শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' : অহা জুলাই মাহত ভাৰতৰ আকাশমাৰ্গত নতুনকৈ বিমান সেৱা আৰম্ভ কৰিবলগীয়া 'আকাশ এয়াৰ'লৈ প্ৰদান কৰা হৈছে এয়াৰলাইন ক'ড। দেশী-বিদেশী সকলোবোৰ বিমান পৰিৱহণ সংস্থাৰে এটা নিজস্ব ক'ড বা সাংকেতিক চিহ্ন থাকে।…
সুখবৰৰ অপেক্ষাত ভাৰতীয় গ্ৰীণকাৰ্ড আবেদনকাৰী
শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' :সপোনপুৰী আমেৰিকা যুক্তৰাষ্ট্ৰত স্থায়ীভাৱে বসতি কৰাৰ সপোন দেখা সকলৰ বাবে সুখবৰ ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এখন পৰামৰ্শদাতা আয়োগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি জ' বিডেনক চুপাৰিছ প্ৰদান…
অৰুণাচল সীমান্তত চীনৰ কর্মকাণ্ড অব্যাহতঃ জনালে ভাৰতীয় সেনাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : লাদাখ সংঘাতৰ পৰিণতিত বিগত ২০২০ চনৰ মে' মাহৰ পৰা ভাৰত আৰু চীনৰ সম্পর্ক বৰ সুখকৰ নহয়। দুয়োখন দেশৰ সেনাৰ মাজত গালৱান সংঘাত আৰু তাত একাধিক ভাৰতীয় জোৱান ছহিদ হোৱা ঘটনা আজিও ভাৰতে পাহৰিব পৰা নাই। অৱশ্যে…
উজ্জ্বল ভূঞাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে অনুমোদন
শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : আজি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৫ গৰাকী ন্যায়াধীশক দেশখনৰ ৫ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ উজ্জ্বল ভূঞাক…
